এই মজদুৰী কামৰ বৰ লেঠা। বাৰীখন চাফ কৰিবলৈ লাগে, কিন্তু তাকেই শেষ হৈ নহা হৈছে। ৰাতিপুৱাৰে পৰা কৰি কৰি ভাগৰি পৰিছোঁ। পিয়াহঁত আতুৰ ডিঙিটো শুকাই গৈছে। চোতাললৈ গৈ ঘৰৰ ভিতৰলৈকে শুনাকৈ দুবাৰমান মাত লগালোঁ “হুজুৰ, পানী অলপ খুৱাব নেকি?” মাতটো শুনি টিঙিচকৈ খং উঠিল। এলেহুৱা খোজেৰে মই বাৰাণ্ডালৈকে ওলাই আহিলোঁ। দেখোঁ চোতালৰ এটা চুকত ঘামত …
Author Archives: abmedhi
~ “মা” ~
সৰুকালিৰ কথা, হাজোৰ ঘৰত আমাৰ সাতজনীয়া পৰিয়ালটো ৰজন জনাই থকা দিনৰ। মা-দেউতাৰ ওপৰি মোৰ দুজন দাদা আৰু দুজনী বাইদেউ, মই মাৰ পেটমচা সন্তান। ঘৰৰ সৰু কাৰণেই দাবি ধমকি বেছি খালেও, আদৰো পাইছিলো সকলোতকৈ বেছি। যিবোৰ কাৰণত ডাঙৰ কেইটাই আগতে মাৰ হাতত গৰু পিটন খাই পাইছে, একে ধৰণৰ ভুলত মোক সামান্য গালি দি সামৰি থোৱা হৈছিল। …
Introduce Yourself (Example Post)
This is an example post, originally published as part of Blogging University. Enroll in one of our ten programs, and start your blog right. You’re going to publish a post today. Don’t worry about how your blog looks. Don’t worry if you haven’t given it a name yet, or you’re feeling overwhelmed. Just click the …